অসম বিজ্ঞান সমিতিলৈ স্বাগতম
Achievement

বজজুৰী সেঁউজ ধৃত্রী ধাৰক বঁটা, ২০১৯

20 Aug 2025 Updated 2 months ago

সম বিজ্ঞান সমিতিৰ আটাইতকৈ শ্রদ্ধা-সনত্ৰাসণ জ্ঞাপন কৰিলোঁ।
বিশ্ব পৰিবেশ-প্ৰকৃতিৰ সুৰক্ষা কাৰণে অসম সাহিত্য সভাৰ বজজুৰী আয়োজিত সেঁউজ যাত্ৰা উপলক্ষে পৰিবেশ-প্ৰকৃতি তথা জৈৱ-বৈচিত্ৰ সংৰক্ষণ দিশত ব্যাপক সজাগতা সৃষ্টি আৰু এই আগতযাত্ৰাৰ অসামান্য অৱদানৰ সন্দৰ্ভ স্বীকৃতিস্বৰূপে আপোনালোকৰ সংগঠন অসম বিজ্ঞান সমিতিক বজজুৰী সেঁউজ ধৃত্রী ধাৰক বঁটা, ২০১৯ প্ৰদান কৰা হ’ল।

অসম বিজ্ঞান সমিতিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ’ল।


ড° পৰমানন্দ ৰাজবংশী
সভাপতি

পদ্ম ৰাজখোৱা
প্ৰধান সম্পাদক

বজজুৰী সেঁউজ ধৃত্রী ধাৰক বঁটা, ২০১৯
বজজুৰী সেঁউজ ধৃত্রী ধাৰক বঁটা, ২০১৯